চচিয়েল মিডিয়াৰ ভাইৰেল হোৱা এটা ভিডিও | Tanzanian Viral Siblings | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

চচিয়েল মিডিয়াৰ ভাইৰেল হোৱা এটা ভিডিও | Tanzanian Viral Siblings | Daily Assamese Status

Tanzanian Viral Siblings


কেইদিন মান ধৰি ফেচবুক আৰু ইষ্টগ্ৰামত এহাল আফ্ৰিকান যুৱক যুৱতীৰ ভিডিও খুব ভাইৰেল হৈ আছে । হিন্দী গানত খুব ধুনীয়াকৈ অভিনয় কৰা এওঁলোক প্ৰকৃততে কোন?


এওঁলোক হল কীলি আৰু নীমা । তানজানিয়াৰ এই ভাতৃ ভগ্নীৰ হিন্দী গান খুব প্রিয় । যদিও তেওঁলোকে হিন্দী বুজি নাপায়, কিন্তু হিন্দী গানবোৰ শুনি গাই থাকে ।


আৰু তেনেকৈয়ে এদিন তেওঁলোকৰ প্রিয় গান "ৰাতা লম্বীয়া"ৰ লিপ চিংগিং কৰি এটা ভিডিও বনালে ।


অতি কম সময়তে সেই ভিডিওটো ভাইৰেল হৈ পৰিল । আনকি বলিউদৰ বহু অভিনেতা অভিনেত্ৰীয়েও তেওঁলোকৰ প্ৰশংসা কৰিলে ।


বলিউদৰ গানটো অভিনয় কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰস্তাৱ লাভ কৰিছে ।


কীলি পউলৰ ইনষ্টাগ্ৰামৰ বৰ্তমান ফলৱাৰ্ছ হল ১৮০ হাজাৰ । টিক টকত ১.৬ মিলিয়ন ।


কীলি আৰু নীমাই প্ৰমান কৰে, সংগীতৰ কোনো পৰিধি নাই ।


চচিয়েল মিডিয়াৰ ভাইৰেল হোৱা এটা ভিডিও

Follow On Instagram

Tanzanian Viral Siblings


     The video of a young African girl has recently gone viral on Facebook and Instagram. Who are these people who have acted very eloquently in Hindi songs?


     These are Kili and Neema. The Hindi songs of this Tanzanian brother and sister are very popular. Although they do not understand Hindi, they listen to Hindi songs.


     He also made a video of his favorite song "Rata Lambiya" on the same day.


     The video went viral in a very short time. Even many Bollywood actors and actresses praised him.


     They have already received an offer to perform a Bollywood song.


     Kelly Poole's current Instagram followers are 160,000. 1.8 million ticks.


     Kelly and Neema prove that music has no limits.


Follow On Instagram

No comments:

Post a Comment