অনুভৱ তুমি | ৰোমাণ্টিক হবলৈ বিশেষ দিনৰ কিয় প্ৰয়োজন | Rashmi Deka Assamese Loveline | Axomiya Poem - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

অনুভৱ তুমি | ৰোমাণ্টিক হবলৈ বিশেষ দিনৰ কিয় প্ৰয়োজন | Rashmi Deka Assamese Loveline | Axomiya Poem


অনুভৱ তুমি



স্মৃতি এক মিঠা অনুভৱ তুমি 

যʼত তোমাৰ নাম স্বতঃস্ফূৰ্তভাৱে 

উজ্বলি আছে। 


কি দিন, কি ৰাতি 

কি এন্ধাৰ, কি জোনাক 

আহঃ… সকলোতে দেখোন তোমাৰেই গুণগান। 


ৰোমাণ্টিক হʼবলৈ বিশেষ দিনৰ 

কিয় প্ৰয়োজন, 

তোমাৰ উপস্থিতিয়েই জীপাল কৰে 

মোৰ প্ৰতিটো পল। 


হৃদয়ৰ অনুভৱ তুমি মোৰ। 

আজীৱন মোৰ হৈ থকাৰ আশাবোৰ 

নেদেখা জনক দিছোঁ। 

কাৰণ, 

মোৰ ভাৱনাৰ মাজতে সিদ্ধ তোমাৰ স্মৃতি। 


ৰশ্মি ডেকা


ৰশ্মি ডেকা
Rashmi Deka Assamese Love Poem
New Axomiya Poem

No comments:

Post a Comment