দুৰ্গা পূজাৰ শুভেচ্ছা বাণী | Durga Puja Assamese Status | Best Puja Status In Assamese | Happy Durga Puja Assamese Status | Durga Puja Axomiya Status | Durga Puja Assam - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

দুৰ্গা পূজাৰ শুভেচ্ছা বাণী | Durga Puja Assamese Status | Best Puja Status In Assamese | Happy Durga Puja Assamese Status | Durga Puja Axomiya Status | Durga Puja Assam


Durga Puja Assamese Status | Best Puja Status In Assamese | Happy Durga Puja Assamese Status | Durga Puja In Assam | দুৰ্গা পূজাৰ শুভেচ্ছা বাণী


মোৰ সকলো বন্ধু-বান্ধৱীলৈ
শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ।
Happy Durga Puja

দুৰ্গা পূজা উপলক্ষে মোৰ তৰফৰ পৰা

সকলো ফেচবুকৰ বন্ধুলৈ দুৰ্গা পূজাৰ

শুভেচ্ছা জনালোঁ ।

Happy Durga Puja


সকলোলৈকে দুৰ্গা পুজাৰ শুভেচ্ছা থাকিল।

সকলোৰে জীৱনবোৰ দুৰ্গা মাই

সুখী কৰি তোলক,

তাৰেই কামনা কৰিলোঁ ।

Happy Durja Puja



স্বয়ং দুৰ্গা দেৱীয়ে কৈছিল-

বিয়াৰ আগতে এজন ল'ৰাই ছোৱালীক

যি ৰঙেই নেদেখুৱাওক কিয়,

বিয়াৰ পিছত ৰংবোৰ সলনি হওঁতে

বেছি সময় নালাগে।

@Heremba Barman

Happy Durga Puja


দুৰ্গতি নাশিনী দুৰ্গা দুখ বিনাশিনী ।

দুৰ্গতিক নাশ কৰা ভবানী ভৈৰৱী ।।

আটাইলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল

Happy Durja Puja


নাৰীক দুৰ্বল ভবা দানৱৰ প্ৰতি

"তুমিয়েই সেই নাৰী"

সময়ত দুর্গাৰ ৰূপ ধাৰণ কৰা,

প্ৰয়োজনত মা কালীৰ ৰূপ ধাৰণ কৰা,

জয় মা তুমি দুৰ্গা দেৱী।

বিজয়া দশমীৰ শুভেচ্ছা থাকিল

Happy Durja Puja


"যা দেবী সর্বভূতেষু মাতৃৰুপেন সংস্থিতা,

নমস্তৈস্যঃ নমস্তৈস্যঃ নমস্তৈস্যঃ নমস্তৈস্যঃ নমঃ"

সকলোলৈকে দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ।

Happy Durga Puja



স্বামীয়ে বিচাৰে সীতা,

প্ৰেমিকে বিচাৰে ৰাধা।

দুৰ্গাৰ ৰূপ কাকো নালাগে

অন্যায়ত দিব যে বাধা।

সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ

@Rashmi Pathak

Happy Durga Puja



Durga Puja Assamese Funny Status
Durga Puja হাঁহিৰ ষ্টেটাছ
অসমীয়া হাঁহিৰ খোৰাক



সঁচা কথা কোৱাচোন পূজাত B/F , G/F ৰ লগতে ঘূৰিলি
নে পূজা বুলি ঘৰতে সোমাই থাকিলি?

ৰাইজে নখ জোকাৰি নৈ বোৱাই দিয়া

আজিলৈকে দেখা নাই,

কিন্তু ৰাইজে মূত্ৰ বিসৰ্জন কৰি

Accoland বন্ধ কৰাই দিয়া দেখিছোঁ।


এইযে কিছুমানে মা দুৰ্গাৰ ৰূপ ধৰি

Photoshoot কৰি আছে,

সিহঁতকো বিজয়া দশমীৰ দিনা

বিসর্জন দি দিব লাগে।



ক্লিভেজ দেখুৱাই দেৱী দুৰ্গাৰ ৰূপ ধৰা

ধেকেৰি মডেল বোৰে বিজয়া দশমীৰ দিনা

নিজকে বিসৰ্জন দিব নে ?


আজি বিজয়া দশমী

দূর্গাৰ ৰূপ ধৰাবোৰ বিসৰ্জন ললা নে ?

নে ৰূপ ধৰাতে আছা এতিয়াও

মাইনা হত ?



দুৰ্গা পূজা আমাৰ সংস্কৃতি নহয়,

বুলি ষ্টেটাছ দিয়া গৰাকীৰ

ষ্টেটাছ চাবলৈ বিজয়ী দশমীৰ দিনা

গোটেই দিনটো Online থাকিম।

Happy Durga Puja


মণ্ডপৰ ভিতৰত দুৰ্গা মা'ৰ ওচৰত সেৱা লৈ

মণ্ডপৰ বাহিৰত ছোৱালী বোৰক

মজ্জা, মাল বুলি জোকোৱা

ল'ৰা কেইটাকো দুৰ্গা পূজাৰ

শুভেচ্ছা জনাই থলোঁ।

Happy Durga Puja



পূজাত মাইনাহঁতক Makeup

কৰি অহা দেখিলে ভাল লাগে। কাৰণ

4 ঘণ্টা হলেও ধুনীয়া হৈ থাকে।

কিন্তু গৰমৰ পৰা অলপ শান্তি

নাপাই চাগে ।



মাইনা সকলৰ গাত পূজা পূজা

লাগিছেনে।

10 বজাৰ পৰাই দেখোন ঘূৰি ফুৰিব

নোৱাৰে।

দুখ নকৰিবা ভাল দিন আহিব!!



Durga Puja Best Assamese Status

Durga Puja Axomiya Status

Durga Puja Assam



পূজা মানেই আনন্দ সুখ,

পূজা মানেই ৰসাল আড্ডা।

Happy Durga Puja


পূজা মানেই জেলেপী মেইন

Happy Durga Puja



৫ যোৰ কাপোৰ কিনা সামৰ্থ্য নহ'লেও

আমাৰ বাবে দুৰ্গা পূজাই মেইন

Happy Durga Puja



সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ

শুভেচ্ছা থাকিল

Happy Durga Puja


সমূহ ৰাইজলৈ দুৰ্গা পূজাৰ

আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ

Happy Durga Puja


দূৰ্গতি নাশিনি শ্ৰীশ্ৰী মা দুর্গাৰ সেয়া

ললোঁ আজি।

Happy Durga Puja


শৰৎ আহিছে দুৱৰীক কাষতে লৈ,

শেৱালিৰ সুবাস বিলাই,

সকলোৰে মন উলহ-মালহেৰে ভৰা...

Happy Durga Puja


সকলোলৈকে

শাৰদীয় দুৰ্গা পূজা উপলক্ষে আন্তৰিক

শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Happy Durga Puja



ৰাস্তাৰ দুৰ্গাক ধৰ্ষণ কৰি

মাটিৰ দুৰ্গাৰ ওচৰত সেৱা লোৱা

পুৰুষ কেইটাকো শাৰদীয় দুৰ্গা পূজাৰ

শুভেচ্ছা জনালোঁ।

অনাগত দিনবোৰত যাতে কোনো মহিলাই

ৰাজপথত ধর্ষণকাৰীৰ বলি হ'ব লগা নহয়।

Happy Durga Puja



Puja Assamese Love Status

Puja Love Status

Axomiya Status In Puja

Puja Status For B/F G/F Status

Puja Love Status In Assamese




পূজা বুলি বিশেষ একো দিব নালাগে,

মোৰ লগত সদায় থাকিলে সেয়াই

মোৰ বাবে যথেষ্ট।

Happy Puja


পূজা বুলি একো নিবিচাৰোঁ,

মাথোঁ Reply এটা দিবা বুলি আশা

কৰিলোঁ

Happy Puja



প্ৰিয়জনৰ সৈতে পূজাত পাৰ্কত নহয়,

মন্দিৰত গৈ সেৱা লোৱাৰ হে

সপোন এটা পুহি ঠিছোঁ।

Happy Puja



ভুল কাৰ আছিল ?

G/F: অই শুনা,

আজি দুৰ্গা মা'ৰ সেৱা এটা ল'ব যাম মই

Plz নাযাবা বুলি তুমি মোক বাধা নিদিবা...

B/F: উম যাবা, পূজাত লগ কৰিম আজি মই...!!

G/F: পূজা কোন? তোমাৰ Ex নে??

(এনেতে ফোনটো কাত খাই গ'ল,

তাইৰ Mobile-ত নেটৱৰ্ক নাছিল।

ভাবিলে, পূজা মানে?? নিশ্চয় তাৰ Ex এই হ'ব!!

অলপ পাছত B/F এ আকৌ ফোন কৰিলে,

তাই চিধাই কাজিয়া লগালে।

দুই মিনিট তাক গালি পাৰি Final Breakup দিলে।)

@Heremba Barman


Follow on- INSTAGRAM