100+ Assamese Sad Status | Best Assamese Status | Assamese Quotes For WhatsApp and Facebook Status | Sad Assamese Status | Daily Assamese Status | দুখৰ ষ্টেটাছ - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

100+ Assamese Sad Status | Best Assamese Status | Assamese Quotes For WhatsApp and Facebook Status | Sad Assamese Status | Daily Assamese Status | দুখৰ ষ্টেটাছ

100+ Assamese Sad Status

- Top & Most Popular Assamese Sad Status কেৱল অসমীয়াত পাওঁক

Best Assamese Status

| Daily Assamese Status |


দুখৰ ষ্টেটাছ

দুখ সকলোৰে থাকে
কোনোবাই প্ৰকাশ কৰে চকুপানীৰে,
কোনোবাই হাঁহিৰে ঢাকি ৰাখে।

পৃথিৱীত এনে এজন মানুহ নাই,
যাৰ জীৱনত কোনো দুখ নাই।

আহকচোন একেলগে চাওঁ
জীৱনৰ কিছুমান দুখ আৰু আবেগৰ
এই ষ্টেটাছ সমূহ


যি ভাগ্যত নাথাকে,
সেইজনক পাবলৈহে
হৃদয়ে বেছি খোপনি পাতে।


ধুমুহাৰ দৰে আহিছিল
তেওঁ মোৰ জীৱনত,
কিন্তু ধুমুহাৰ দৰে সকলো আজি
উৰুৱাই থৈ গুচি গ'ল।


কিছুমান কষ্টৰ ওজন ইমানে গধুৰ
না সহ্য কৰিব পাৰি,
না কাৰোবাক ক'ব পাৰি।
 

কাৰোবাৰ অন্তৰত ইমান
গভীৰলৈও প্ৰৱেশ নকৰিব,
যাতে তেওঁ উলিয়াই দিলেও
আশ্রয়হীন হ'ব লগা নহয়।


সেইবোৰ সপোন হে মানুহে
বেছি দেখে,
যি আমাৰ কেতিয়াও ভাগ্যত
নাথাকে।


সময়ত আপোন জনেই
বেছি আঘাত দিয়ে।


খন্তেকতে আহি এটা মধুৰ সম্পৰ্ক
গঢ়ি মাজবাটতে এৰি যোৱা
মানুহজনেও জীৱনত এটা ভাল
শিক্ষা দি থৈ যায়।


ভগৱানক নেদেখিলেও বিশ্বাস
কৰি ল'ব পাৰি,
কিন্তু কিছুমান মানুহক
কাষত থাকিলেও বিশ্বাস
কৰিব নোৱাৰি।

সকলো মানুহে সকলোৰে
আপোন নহয়, সেয়া সত্য।
কিন্তু কিছুমান মানুহ খন্তেকতে
আপোন হয়,
যাক আমি কেতিয়াও পাহৰিব
নোৱাৰোঁ।










.
ৰাতি ৰা সপোন যিমানেই নেদেখা
ত্যাগ আৰু কষ্টৰ অবিহনে
কোনো সপোন পূৰ্ণ নহয়।


বুকুৰ আপোন মানুহজনেও এদিন
হেৰাই যায়,
মাথোঁ ৰৈ যায় তেওঁৰ লগত
জড়িত স্মৃতিবোৰ।


আজিৰ দিনত কোনেও কাকো
ভাল নাপায়,
মাথো প্ৰয়োজনৰ সময়ত ভালপোৱাৰ
অভিনয় কৰে।


 দুখ সকলোৰে জীৱনত থাকে
কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে
আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে।









স্বাৰ্থপৰ মানুহৰ লগত
সম্পৰ্ক নাৰাখিব
কাৰণ সম্পৰ্ক ৰাখিলে বিপদত
পেলাবও পাৰে।






 


সকলোৰে ভালপোৱাত
Break-up নহয়,
কিছুমান ভালপোৱা হৃদয়ৰ পৰাও হয়।


চকুৰ পৰা নিগৰি অহা চকুপানী
চেকেণ্ডতে মচি পেলাব পাৰি,
কিন্তু চকুৰ পৰা নিগৰি অহা চকুপানীৰ
কাৰণটোক হাজাৰ চেষ্টা কৰিও
মচি পেলাব নোৱাৰি।






সুখে মানুহৰ অহংকাৰৰ
পৰীক্ষা লয়,
কিন্তু দুখেই মানুহৰ ধৈৰ্যৰ
পৰীক্ষা লয়।


















মোৰ জীৱনত আহিছিল কোনোবা
কিন্তু অহাতকৈ তেওঁ জলদি
গুচি গ'ল!
 

বেয়া সময় কাকো কৈ নাহে,
কিন্তু যেতিয়া গুচি যায়
বহুতো কথাই শিকাই থৈ যায়।


তুমি নদীৰ দৰে আহিছিলা,
সাগৰ হৈ গুছি গ'লা!
বাৰিষাৰ দৰে নামি আহিছিলা,
আৰু এতিয়া,,
মোৰ বুকু খৰাং কৰি থৈ আঁতৰি গ'লা!


দুখবোৰ খুলি ক'ব পৰা বিশ্বাসী
কোনো নাই বাবেই
আজি Depression বোৰ
বাঢ়ি যাব ধৰিছে।






কিছুমান মানুহৰ ইমান ধুনীয়া ব্যৱহাৰ
সঁচাকৈ মোহিত হৈ যাওঁ ব্যৱহাৰত।










সময়ৰ সতে মানুহক
সকলো কথাই শিকাই থৈ যায়।

















শিতানৰ গাৰুটিত কেৱল তুলাই
নাথাকে,
হাজাৰ সুখ-দুখৰ চকুপানীও থাকে।













পেটত যোৱা বিষে এজনক মাৰে,
কিন্তু কাণত যোৱা বিষে বহুতো সম্পৰ্ক
নষ্ট কৰি দিয়ে।











ঘূৰি আহিব নালাগে
মাথোঁ এবাৰ কৈ দিয়া
মোক প্ৰয়োজনত হে বিচাৰিছিলা বুলি।
 

তোমাক মই পাহৰিব নোৱাৰো
কিন্তু মনত পেলাবলৈ
ভয় লাগে,
নাজানো কেনে প্ৰেম এয়া য'ত
চকু পানীয়েই অন্তিম প্ৰাপ্তি হৈ থাকে!


সুখ বোৰতো বুকুৰ আপোন
জনেই দিয়ে;
কিন্তু দুখ দিয়াজন জানো
আপোনাৰ পৰ!


নালাগে তুমি মোক WhatsApp-ত
ৰাখিব,
তুমি মোক তোমাৰ হৃদয়ত
ৰাখিলেই হ'ল।
এয়াই মোৰ বাবে যথেষ্ট!


তুমি বুজা বা নুবুজা
সেয়া তোমাৰ নিজাববীয়া কথা।
কিন্তু তুমি যেন মোৰ আকাশৰে সন্ধ্যাতৰা,
হাস্নাসানাৰ স'তে আহি
গভীৰ নিশা যেন সুবাস এটি হৈ
মোৰ খিৰিকীৰ কাষত ৰোৱা...!!






জোৰ কৰি কাৰোবাক ভাল পোৱাতকৈ
নোপোৱাই ভাল;
কাৰণ তুমি যাৰ কপালত আছা তাৰে
লগত সুখী হ'ব পাৰিবা।


মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতিৰে
সম্পৰ্ক কেতিয়াও ধৰি ৰাখিব
নোৱাৰে।


আহিবা আজি সমাধিলৈ
য'ত তোমাৰ ভালপোৱাৰ অভিনয়ে
মোৰ মৰম, আশা আৰু সপোনবোৰক
মৃত্যু ঘটালে।
মৰম, আশা আৰু সপোনবোৰক
আকৌ জীয়াই ৰাখিব নোৱাৰা তুমি,
তথাপি সমাধিলৈ আহি
সিহঁতৰ আত্মাক শান্তি দিবা।
 

তোমাক পোৱাৰ হেঁপাহ মোৰ নাই,
সেইবাবেই হয়তো
হেৰুওৱাৰ ভয় ও নাই।


বৰষুণৰ টোপালে জীপাল কৰে
এই ধৰণী...
তোমাৰ স্মৃতিয়ে জীপাল কৰে
মোৰ মনটি...
ডালত বহি দূৰৈৰ পখীটিৰ দৰেই
চাম তোমাক জুমি,
আৰু তুমি কৰিবা কি...!!


সময়ৰ সোঁতত ভাললগা মানুহজনো
এদিন হেৰাই যায়,
কিন্তু স্মৃতিৰ বুকুত ৰৈ যায়
মৰমেৰে মতা তেওঁৰ নামটো।


বহুতো কথা আছিল,
কোৱাৰ সময় নিদিলা!
বহুতো সপোন আছিল,
কিন্তু বাস্তৱ হোৱাৰ আগতেই
সকলো শেষ হৈ গ'ল!!


সুখত নহয়,
দুখতেই মই সুখী হম আজীৱন।
সুখবোৰ তেওঁকেই দিয়া ভগৱান,
যাক মই
নিজতকৈ বেছি ভাল পাইছিলোঁ!





চুপ হৈ থকাই শ্ৰেয়,
যেতিয়া শ্ৰোতা জনে আমাৰ কথাৰ
কোনো মূল্য দিব নোৱাৰে।












❤️❤️❤️
নীৰৱতাক ভাল পাওঁ কাৰণে দুৰ্বল
বুলি নাভাবিবা,
কাৰণ হিংস্ৰতাক মই কিঞ্চিৎতো
প্ৰশ্ৰয় নিদিওঁ।
 
🔺🔺🔺🔺🔺🔺🔺

অনুগ্ৰহ কৰি নোট কৰিব
আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট
কৰা হৈ আছে,
সেয়ে আৰু অধিক ষ্টেটাছ বোৰ
সদায় পাই থাকিবলৈ
আমাৰ ৱেবচাইটৰ লগত থাকিব।

অশেষ ধন্যবাদ আপোনাক
ইমানখিনি সময় আমাৰ ৱেবচাইট'টোত
আহি দিয়াৰ বাবে।

আমাৰ ষ্টেটাছ সমূহ
পঢ়ি ভাল লাগিলে Comment এটা কৰি
আমাক উৎসাহ দিব বুলি আশা থাকিল।

🔻🔻🔻🔻🔻🔻🔻🔻




No comments:

Post a Comment