1000+ New Assamese Status | Best Assamese WhatsApp And Facebook Status | Assamese Love Status | Axomiya Status | অসমীয়া ষ্টেটাছ - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

1000+ New Assamese Status | Best Assamese WhatsApp And Facebook Status | Assamese Love Status | Axomiya Status | অসমীয়া ষ্টেটাছ

1000+ New Assamese Status

- অসমীয়া ভাষাত কেইটামান সুন্দৰ ষ্টেটাছ
- Best Assamese WhatsApp and Facebook Status
- New Assamese Love Status
- Axomiya Status অসমীয়া ষ্টেটাছ
| Assamese Status |


একো বিশেষ কথা নাথাকিলেও
কিছুমান মানুহৰ লগত কথা পাতি
কিবা এটা ভাল লাগে।


আজিৰ দিনত ল'ৰা-ছোৱালী সমান
এনেকৈ সান্তনাহে পোৱা যায়
প্ৰকৃতাৰ্থত সকলোৱে
ল'ৰা সন্তান বিচাৰে।
 

জীৱনে দিয়া দুখ-সুখবোৰক সদায়
হাঁহিমুখে আদৰি লওঁক
কাৰণ আনে দিয়া উপদেশ টোও
এদিন পাহৰা যায়,
কিন্তু অভিজ্ঞতাৰ পৰা পোৱা
দুখ-সুখ
মৃত্যুৰ আগলৈ মনত থাকে।


প্ৰিয় হ’বলৈ বিশেষ ইমান একো
কৰিব নালাগে,
কেতিয়াবা নিঃস্বাৰ্থভাৱে আপোনজনৰ
সতে দুআষাৰ কথা পাতি চাব,
সেয়াই যথেষ্ট।


যেতিয়া কাৰোবাক হৃদয়ত
স্থান দিয়া হয়
তেওঁ জীৱনত Lifetime নহ'লেও
মনৰ সকলো কথা খুলি
কোৱা যায়।


খন্তেকতে আহি এটা মধুৰ
সম্পৰ্ক গঢ়ি মাজবাটতে এৰি যোৱা
মানুহজনেও জীৱনত এটা ভাল
শিক্ষা দি থৈ যায়।


সেইজন ছোৱালী বেছি স্পষ্টবাদী
যাৰ খং বেছি।





জীৱনত লগ পোৱা বেছিভাগ
মানুহেই অস্থায়ী
কিছুমানে সময় পাৰ কৰিবলৈ আহে,
কিছুমানে সময় নষ্ট কৰিবলৈ আহে।

🔺🔺🔺🔺🔺🔺🔺🔺

অনুগ্ৰহ কৰি নোট কৰিব
আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট
কৰা হৈ আছে,
সেয়ে আৰু অধিক ষ্টেটাছ সমূহ পাবলৈ
আমাৰ ৱেবচাইটৰ লগত থাকিব।

অশেষ ধন্যবাদ আপোনাক
ইমানখিনি সময় আমাৰ ৱেবচাইট'টোত
দিয়াৰ বাবে।

আমাৰ ষ্টেটাছ সমূহ
পঢ়ি ভাল লাগিলে Comment এটা কৰি
আমাক উৎসাহ দিব বুলি আশা থাকিল।

🔻🔻🔻🔻🔻🔻🔻🔻

Instagram Post-







No comments:

Post a Comment