আমি নজনা ৬ টা আইনৰ কথা জানো আহক | ৬ টা নজনা আইনৰ কথা | Nojona Kotha Jano Ahok - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

আমি নজনা ৬ টা আইনৰ কথা জানো আহক | ৬ টা নজনা আইনৰ কথা | Nojona Kotha Jano Ahok

আমি নজনা ৬ টা আইনৰ কথা জানো আহক


৬ টা নজনা আইনৰ কথা


১. এগৰাকী মহিলাক আবেলি ৬ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে ।


২. এজন অকলশৰীয়া পুৰুষে এগৰাকী নাবালিকাক কেতিয়াও অকলে তুলি লব নোৱাৰে অৰ্থাৎ জীৱনৰ বাবে তুলি তালি ডাঙৰ কৰাৰ দায়িত্ব লব নোৱাৰে ।


৩. আপুনি ৱাচ ৰূমলৈ যাবলৈ হলে যি কোনো হোটেল ৰেষ্টুৰেণ্টৰ পৰা এগিলাছ পানী খাৱলৈ কোনেও বাধা দিব নোৱাৰে এইয়া আপোনাৰ আইনগত অধিকাৰ ।


৪. আপোনাক এফেয়াৰ লিখিবলৈ বা দিবলৈ কোনেও বাধা দিব নোৱাৰে সেইয়া লাগিলে কোনো উচ্চ পদবী ধাৰিয়ে নহওক কিয় ।  আৰু যদি কোনোৱে তেনে কৰে তেন্তে তেওঁৰ বিৰূদ্ধে আইনগত ব্যৱস্থা লব পৰা যায় ।


৫. যদি গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ আপোনাৰ মৃত্যু হয় বা ঘৰৰ যিকোনো লোকচান হয় আপুনি ৪০ লাখ টকাৰ Claim (বীমা ৰাশি) কৰিব পাৰে ।


৬. এগৰাকী গৰ্ভৱতী মহিলাক তেওঁৰ চাকৰিৰ পৰা কেতিয়াও উলিয়াব নোৱাৰে ।

No comments:

Post a Comment