বেহাৰবাৰী আউটপোষ্টৰ সম্পূৰ্ণ কথা ২৬ টা শাৰীত জানো আহক | প্ৰহ্লাদ জ্যোতি বৰা | Beharbari Outpost Assamese Comedy Serial | Axomiya Poem By Prohlad Jyoti - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

বেহাৰবাৰী আউটপোষ্টৰ সম্পূৰ্ণ কথা ২৬ টা শাৰীত জানো আহক | প্ৰহ্লাদ জ্যোতি বৰা | Beharbari Outpost Assamese Comedy Serial | Axomiya Poem By Prohlad Jyoti


বেহাৰবাৰী আউটপোষ্ট


কে কে ছাৰৰ জমনি 

গৰমত নালাগে বিছনী 

মোহনৰ আবোল তাবোল ভাষা 

বিচাৰিলে তাতেই পাবা বহু জ্ঞানৰ কথা ।


তৰামাইৰ মিচিকীয়া হাঁহি 

ৰাকেশৰ তেৰা-বেকা কথা 

বিউটি বাইলুঙৰ বুকুৰ বেথা 

সুষ্মিতাৰ মুখত ভঙা অসমীয়া ভাষা ।


প্ৰিতম ছাৰলৈ সকলোৱে কৰে ভয় 

বসুমতাৰীয়ে ভঙা অসমীয়া কয় 

সমাজৰ সৰু-সুৰা সমস্যাৰ সমাধানত 

সকলোৱে একগোট হয় ।


মনি বৌ আজলি 

সংসাৰ আছে চলাই নাই বিধি পথালি 

মুকুতাৰ হিয়াৰ বেথা 

আজিও নাপালে বিচাৰি কইনা 

কমলৰ জীৱনী 

হোমগাৰ্ডতেই হব নেকি সমাপ্তি ? 


ভাল লাগে বেহাৰবাৰী 

মাথো আছে জমনি 

জমনিৰ মাজে মাজে 

সমাজৰ শুধৰনী ।


এই ধাৰাবাহিক সকলোৰে আপোন 

বেহাৰবাৰী সকলোৰে চকুৰ মণি 

সমাজ এখোজ আগবাঢ়ি যোৱাত 

এই ধাৰাবাহিকখনেই আমাৰ জীৱনৰ দাপোন ।


প্ৰহ্লাদ জ্যোতি বৰা


No comments:

Post a Comment