এতিয়া আগৰ দৰে Chat কৰিব মন নাযায় | পংখী বৰশ‌ইকীয়া | Pongkhi Borsaikia Heart Touching Assamese Short Line Story - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

এতিয়া আগৰ দৰে Chat কৰিব মন নাযায় | পংখী বৰশ‌ইকীয়া | Pongkhi Borsaikia Heart Touching Assamese Short Line Story


এতিয়া আগৰ দৰে Chat কৰিব মন নাযায়
মন নাযায় সেই আকৌ আগৰ দৰে
I love you,
Love you too কৰি থাকিবলৈ ❤️

এতিয়া মাত্ৰ নিজৰ সপোন বোৰ পূৰন কৰাত
ব্যস্ত হৈ পৰিছো ❤️

সপোনৰ সমাধিত তুমি নামৰ শব্দটোতকৈ
এতিয়া কেৰিয়াৰ নামৰ শব্দটো মোৰ বাবে
খুবেই অৰ্থপূৰ্ণ ❤️

ত‌ই নাখালে ম‌ইও নাখাও বোৰতকৈ
এতিয়া কেনেকৈ মা-দেউতাৰ মুখত হাঁহি বিৰিঙাব পাৰো
তাৰ চিন্তাত নিমগ্ন ❤️

এতিয়া দুপৰ নিশালৈ Online Chatting বোৰতকৈ
কেৰিয়াৰ চিন্তাত সাৰে থাকো মই ❤️

আবেগ বোৰ মোৰ খুবেই প্ৰিয়
যিয়ে জীৱনটোৰ সৈতে যুঁজিবলৈ শিকাইছে ❤️

অ' গানবোৰ…
গানবোৰো মোৰ অতিকৈ প্ৰিয়
যিয়ে মোক হাজাৰ কষ্টৰ মাজতো শক্তি যোগাই‌ছে ❤️

সেইবুলি মই সলনি হোৱা নাই
সময়বোৰহে সলনি হৈ গৈ আছে
মাত্ৰ মই এতিয়া নিমগ্ন নিজৰ জীৱনটোক লৈ
ব্যস্ত হৈ পৰিছো ❤️

©পংখী বৰশ‌ইকীয়া

No comments:

Post a Comment