কোনটো ৰঙে কি কি সূচায় জানো আহক | Kisu Nojona Kotha | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

কোনটো ৰঙে কি কি সূচায় জানো আহক | Kisu Nojona Kotha | Daily Assamese Status

কোনটো ৰঙে কি কি সূচায় জানো আহক

কমলা আৰু বগা ৰঙে
গাওঁ অঞ্চলৰ পথ সূচায় ।
কলা আৰু বগা ৰঙে
চহৰ অঞ্চলৰ পথ সূচায় ।
হালধীয়া আৰু বগা ৰঙে
ৰাষ্ট্ৰীয় ঘাইপথ সূচায় ।
সেউজীয়া আৰু বগা ৰঙে
ৰাজ্যিক ঘাইপথ সূচায় ।

No comments:

Post a Comment