১৬ টা নিজৰ মন ভালে ৰখাৰ কথা জানোক | মন ভাল ৰাখিবলৈ কি কি কৰিব লাগে | Mon Val Rokhar Assamese Tips - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

১৬ টা নিজৰ মন ভালে ৰখাৰ কথা জানোক | মন ভাল ৰাখিবলৈ কি কি কৰিব লাগে | Mon Val Rokhar Assamese Tips

১৬ টা নিজৰ মন ভালে ৰখাৰ কথা জানোক
মন ভাল ৰাখিবলৈ কি কি কৰিব লাগে?

টকা, স্বভাৱ, বিশ্বাস, সিদ্ধান্ত, সন্মান, হাঁহি, আশীৰ্বাদ, অৱহেলা, আঘাত


টকা:- টকা পইচাই মানুহৰ সম্পৰ্ক নষ্ট কৰে।

স্বভাৱ:- স্বভাৱ চৰিত্ৰ বেয়া হ'লে মানুহে ঘিণ কৰে।

বিশ্বাস:- মিছাৰ আশ্ৰয় লোৱা মানুহক বিশ্বাস নকৰে।

সন্মান:- গুণী জ্ঞানীক মানুহে সদায় সন্মান কৰে।


মূৰ্খ:- মূৰ্খ মানুহক কথা কৈ বুজাব নোৱাৰে।

ইতিকিং:- নিজকে বহুত জনা দেখুৱালে মানুহে ইতিকিং কৰে।

আয়ুস:- কম কৈ কথা কোৱা মানুহৰ আয়ুস বাঢ়ে।

সিদ্ধান্ত:- গুৰুত্ব পূৰ্ণ কামত উচিত সিদ্ধান্ত ল'ব লাগে।


লাজ:- নজনা কথা শিকিবলৈ লাজ কৰিব নালাগে।

আঘাত:- ধনী দুখীয়াৰ বিচাৰ কৰিলে মানুহৰ মনত আঘাত লাগে।

হাঁহি:- লোকৰ দুখ দেখিলে মানুহে কেতিয়াও হাঁহিব নালাগে।

দোষ:- আনৰ বেয়া কথা চিন্তা কৰিলে ভগৱানৰ দোষত পৰে।


আশীৰ্বাদ:- সন্তানক ভাল কৰিব হ'লে মাক দেউতাকৰ আশীৰ্বাদ লাগে।

খাদ্য:- সু খাদ্য খালে মানুহৰ শৰীৰ মনতো ভালে থাকে।

অৱহেলা:- বৃদ্ধ কালত পিতৃ-মাতৃক অৱহেলাৰ চকুৰে চাব নালাগে।

বহন:- সকলো সুখ দুখৰ সমভাগি মাক দেউতাকে বহন কৰে।


সেয়েহে এই গুণ কেইটা যথাসম্ভৱ মানি চলিব লাগে।


মন ভালে ৰখাৰ Tips

Best Assamese Tips | Daily Assamese Status

Tanvika Gogoi | Jasmin Hazarika

No comments:

Post a Comment