শ্ৰীকৃষ্ণ ষ্টেটাছ | জন্মাষ্টমী ষ্টেটাছ | ভগৱান শ্ৰীকৃষ্ণ | Krishna Assamese Status | Janmastomi Status | Daily Assamese Status - Daily Assamese Status | Assamese Love And Sad Status | Axomiya Status | অসমীয়া ষ্টেটাছ

Breaking

শ্ৰীকৃষ্ণ ষ্টেটাছ | জন্মাষ্টমী ষ্টেটাছ | ভগৱান শ্ৰীকৃষ্ণ | Krishna Assamese Status | Janmastomi Status | Daily Assamese Status

কৃষ্ণ কৃষ্ণ ||


মনত শ্ৰদ্ধা আৰু ভক্তি থাকিলে
অকল জন্মাষ্টমীৰ দিনা Status
ফালি নহয়,
সদায় ভগৱানৰ নাম ল'ব পাৰি।


মনত যদি ইচ্ছা থাকে
হাজাৰ ব্যস্ততাৰ মাজেৰেও কৃষ্ণৰ
নাম লোৱা যায়।


শ্ৰীকৃষ্ণই গীতাত লিখি থৈ গৈছিল-
"মানুহে তোমাক নাজানে বুলি
আক্ষেপ নকৰিবা,
জীৱনত এনে কাম কৰি যোৱা যাতে
মানুহে জানিবৰ যোগ্য হোৱা।"


পবিত্ৰ ভাদ মাহত কৃষ্ণ গোঁসাই
জন্মিছিল শ্ৰীকৃষ্ণ ৰূপে।
সেইবাবে ভাদ মাহ আজিও পালে
ধৰ্মীয় মাহ স্বৰূপে।।